ಅರ್ಥ : লেখকৰ ভাষা সম্বন্ধীয় বিশেষত্বক প্রতিফলিত কৰিব পৰা বাক্য ৰচনাৰ এক বিশিষ্ট প্রকাৰ
ಉದಾಹರಣೆ :
সুৰদাসৰ ভাষাশৈলী সৰল আছিল
ಸಮಾನಾರ್ಥಕ : ভাষাশৈলী
ಅರ್ಥ : কোনো বিশেষ ব্যক্তি, সম্প্রদায় আদিৰ বিশিষ্টতাপূর্ণ্্ ভাষা, কলা, সংগীত আদিৰ অভিব্যক্তিসূচক ভঙ্গীমা
ಉದಾಹರಣೆ :
সকলো সংবাদ দাতাই বাতৰি কাকতৰ শৈলীক অনুসৰণ কৰিব বিচাৰে