ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শিল, জংঘল অথবা বৰফেৰে পৰিপূর্ণ বহু ওখ স্থলভাগ
ಉದಾಹರಣೆ : হিমালয় এখন ওখ পর্বত পর্বতবোৰ পাহাৰতকৈ ওখ
ಸಮಾನಾರ್ಥಕ : গিৰি, পর্বত, ভূধৰ, মহীধৰ
ಅರ್ಥ : যʼত শিল আছে
ಉದಾಹರಣೆ : মন্দিৰলৈ যোৱা এইটোৱেই একমাত্র শিলৰ পথ
ಸಮಾನಾರ್ಥಕ : অশ্বময়, প্রস্তৰ নির্মিত, প্রস্তৰময়, প্রাস্তৰিক, শিলাময়, শিলৰ, শৈলময়
ಸ್ಥಾಪನೆ