ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ শেষ কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

শেষ কৰা   ক্ৰিয়া

ಅರ್ಥ : কোনো কাম বা বস্তু আদিৰ অন্ত কৰা

ಉದಾಹರಣೆ : প্রথমে এই কামটো সমাপ্ত কৰা

ಸಮಾನಾರ್ಥಕ : সমাপ্ত কৰা

ಅರ್ಥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

ಉದಾಹರಣೆ : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

ಸಮಾನಾರ್ಥಕ : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা

ಅರ್ಥ : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া

ಉದಾಹರಣೆ : মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে

ಸಮಾನಾರ್ಥಕ : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা