ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এটা আনটোৰ সৈতে সম্বন্ধ থকা কোনো কথা, বস্তু বা ঘটনা আদিৰ ক্রম অনুসৰি হোৱা বহু ধৰণৰ কথা
ಉದಾಹರಣೆ : খেলৰ শৃংখলা আজিৰ পৰা আৰম্ভ হʼব
ಸಮಾನಾರ್ಥಕ : চিৰিজ
ಅರ್ಥ : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম
ಉದಾಹರಣೆ : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল
ಸಮಾನಾರ್ಥಕ : লাইন, লান, লানি, লালী, শাৰী
ಸ್ಥಾಪನೆ