ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : খালী বা ৰিক্ত স্থান
ಉದಾಹರಣೆ : তেওঁ শূন্যত ঘূৰি আছিল
ಸಮಾನಾರ್ಥಕ : আকাশ
ಅರ್ಥ : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই
ಉದಾಹರಣೆ : যাদুকৰে শূন্যত মোক ৰাখি থʼলে
ಸಮಾನಾರ್ಥಕ : আলাস, ওপৰ
ಅರ್ಥ : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ
ಉದಾಹರಣೆ : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়
ಅರ್ಥ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
ಉದಾಹರಣೆ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
ಸಮಾನಾರ್ಥಕ : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম
ಅರ್ಥ : ভিতৰত একো নথকা বা যি অপূর্ণ
ಉದಾಹರಣೆ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
ಸಮಾನಾರ್ಥಕ : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত
ಅರ್ಥ : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা
ಉದಾಹರಣೆ : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল
ಸಮಾನಾರ್ಥಕ : বিহীন, ৰহিত
ಸ್ಥಾಪನೆ