ಅರ್ಥ : শুই থকা কাৰোবাক অন্য কোনো ঠাইলৈ নি শুৱাই দিয়া
ಉದಾಹರಣೆ :
মাকে কোলাত শুই থকা কেঁচুৱাটোক বিছনাত শুৱালে
ಸಮಾನಾರ್ಥಕ : শুওৱা
ಅರ್ಥ : আনক শোৱা কার্যত প্রবৃত্ত কৰা
ಉದಾಹರಣೆ :
ডাক্তৰে ৰোগীক পৰীক্ষা কৰাৰ কাৰণে বিচনাত শুৱাই দিলে