ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
ಉದಾಹರಣೆ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
ಸಮಾನಾರ್ಥಕ : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স
ಅರ್ಥ : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য
ಉದಾಹರಣೆ : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়
ಸಮಾನಾರ್ಥಕ : ভাড়া, ভাৰা, মাচুল
ಅರ್ಥ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
ಉದಾಹರಣೆ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
ಸಮಾನಾರ್ಥಕ : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স
ಅರ್ಥ : কোনো কামৰ সলনি লোৱা বা দিয়া ধন
ಉದಾಹರಣೆ : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল
ಸಮಾನಾರ್ಥಕ : ফিজ, মাচুল
ಸ್ಥಾಪನೆ