ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ শুক্র ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

শুক্র   বিশেষ্য

ಅರ್ಥ : মতা জীৱ-জন্তুৰ বী্র্যত ্ পোৱা জীৱাণু, যি ডিম্বাণুৰ সংযোগত নতুন জীৱৰ জন্ম দিব পাৰে

ಉದಾಹರಣೆ : পুৰুষৰ বীর্যত শুক্রাণু পোৱা যায়

ಸಮಾನಾರ್ಥಕ : শুক্রাণু

ಅರ್ಥ : শৰীৰৰ যি ধাতুৰ পৰা বল, শক্তি, কান্তি আদি আহে আৰু সন্তান উৎপন্ন হয়

ಉದಾಹರಣೆ : তেওঁ বী্র্য সম্বন্ধীয় ৰোগত ভোগী আছে

ಸಮಾನಾರ್ಥಕ : বী্র্য

ಅರ್ಥ : বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটো

ಉದಾಹರಣೆ : তেওঁৰ ্ ডাঙৰ লʼৰাটো শুক্রবাৰে জন্ম হৈছিল

ಸಮಾನಾರ್ಥಕ : শুকুৰবাৰ, শুক্রবাৰ

ಅರ್ಥ : আপেক্ষিকভাৱে পৃথিৱীতকৈ সূর্যৰ বেছি ওচৰত থকা সৌৰজগতৰ এটা গ্রহ

ಉದಾಹರಣೆ : বৈজ্ঞানিকসকলে শুক্র-গ্রহৰ বিষয়ে অধিক জানিবলৈ গৱেষণা কৰি আছে

ಸಮಾನಾರ್ಥಕ : শুকুৰ, শুক্র-গ্রহ