ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ শিৰস্ত্রাণ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

শিৰস্ত্রাণ   বিশেষ্য

ಅರ್ಥ : মূৰত পকাই বন্ধা দীঘল কাপোৰ

ಉದಾಹರಣೆ : তেওঁ ৰʼদত ্ কাম কৰাৰ সময়ত পাগুৰি মাৰি লয়

ಸಮಾನಾರ್ಥಕ : পাগুৰি, পাগুৰী

ಅರ್ಥ : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী

ಉದಾಹರಣೆ : সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে

ಅರ್ಥ : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ

ಉದಾಹರಣೆ : মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : হেলমেট

ಅರ್ಥ : দেৱতা, ৰজা আদিৰ শিৰত থকা এবিধ বিশেষ শিৰোভূষণ

ಉದಾಹರಣೆ : ৰজাৰ শিৰত মুকুটে শোভাবর্দ্ধন কৰি আছে

ಸಮಾನಾರ್ಥಕ : কিৰীটি, মুকুট