ಅರ್ಥ : যিয়ে এতিয়া বা অলপ সময় আগতে জন্ম লৈছে
ಉದಾಹರಣೆ :
আজিকালি চিকিৎসালয়ত নৱজাতক শিশু চুৰ কৰাটো সহজ কথা হৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : কেঁচুৱা, নৱজাত শিশু, নৱজাতক
ಅರ್ಥ : কম বয়সীয়া লʼৰা বা ছোৱালী
ಉದಾಹರಣೆ :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
ಸಮಾನಾರ್ಥಕ : বাচ্চা, বালক-বালিকা, লʼৰা-ছোৱালী, সৰু লʼৰা-ছোৱালী