ಅರ್ಥ : যʼত শিল আছে
ಉದಾಹರಣೆ :
মন্দিৰলৈ যোৱা এইটোৱেই একমাত্র শিলৰ পথ
ಸಮಾನಾರ್ಥಕ : অশ্বময়, প্রস্তৰ নির্মিত, প্রস্তৰময়, প্রাস্তৰিক, শিলৰ, শৈল, শৈলময়
ಅರ್ಥ : যʼত শিল থাকে
ಉದಾಹರಣೆ :
মায়ে শিলযুক্ত চাউলবোৰ বাচি আছে শিলাময় ভূমিত খোজকাঢ়ি থাকোতে ভৰিটো পিচলি গʼল
ಸಮಾನಾರ್ಥಕ : শিলযুক্ত
ಅರ್ಥ : শিলৰ বা শিল সম্বন্ধীয়
ಉದಾಹರಣೆ :
শিলাময় ক্ষেত্রত খনন কৰা বৰ কঠিন