ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
ಉದಾಹರಣೆ : গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
ಸಮಾನಾರ್ಥಕ : উপদেশ
ಅರ್ಥ : বিদ্যা, সংগীত আদি পঢ়োৱা বা শিকোৱা কার্য
ಉದಾಹರಣೆ : পাঠশালাত ভালেমান বিষয়ৰ শিক্ষা দিয়া হয়
ಸಮಾನಾರ್ಥಕ : তালিম
ಅರ್ಥ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
ಉದಾಹರಣೆ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
ಸಮಾನಾರ್ಥಕ : উপদেশ, জ্ঞান, বুজনি, শিকনি
ಸ್ಥಾಪನೆ