ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : অপৰাধীৰ ভৰিত বান্ধি ৰাখিবলৈ ব্যৱহাৰ কৰা লোহাৰ খাৰু
ಉದಾಹರಣೆ : চিপাহীয়ে তাৰ ভৰিত শিকলি লগাই দিলে
ಸಮಾನಾರ್ಥಕ : খাৰুৱা, জঞ্জিৰ, জিঁজিৰি, জিঞ্জিৰি, বেৰি, শৃঙ্খল
ಅರ್ಥ : ধাতুৰ খাৰুৰে বনোৱা ৰচী
ಉದಾಹರಣೆ : জন্তুক ৰচী বা শিকলিৰে বান্ধি ৰখা হয়
ಅರ್ಥ : পশু বা জীৱ-জন্তু আদি বান্ধি ৰাখিবৰ কাৰণে সিহঁতৰ ডিঙিত পিন্ধোৱা ধাতুৰ শৃংখল বিশেষ
ಉದಾಹರಣೆ : কুকুৰটো শিকলিৰে বান্ধি লোৱা
ಸ್ಥಾಪನೆ