ಅರ್ಥ : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র
ಉದಾಹರಣೆ :
সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়
ಅರ್ಥ : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ
ಉದಾಹರಣೆ :
ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে
ಸಮಾನಾರ್ಥಕ : লানী
ಅರ್ಥ : ক্রম অনুসাৰে হোৱা অৱস্থা
ಉದಾಹರಣೆ :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
ಸಮಾನಾರ್ಥಕ : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা
ಅರ್ಥ : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি
ಉದಾಹರಣೆ :
উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক
ಸಮಾನಾರ್ಥಕ : পংক্তি