ಅರ್ಥ : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ
ಉದಾಹರಣೆ :
সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে
ಸಮಾನಾರ್ಥಕ : প্রশান্তি
ಅರ್ಥ : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ
ಉದಾಹರಣೆ :
ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ
ಸಮಾನಾರ್ಥಕ : আৰাম
ಅರ್ಥ : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ
ಉದಾಹರಣೆ :
লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়
ಸಮಾನಾರ್ಥಕ : সুখ
ಅರ್ಥ : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা
ಉದಾಹರಣೆ :
যুদ্ধৰ পিছত দেশত এতিয়া শান্তি
ಅರ್ಥ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
ಸಮಾನಾರ್ಥಕ : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা