ಅರ್ಥ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
ಉದಾಹರಣೆ :
ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
ಸಮಾನಾರ್ಥಕ : ঠাণ্ডা
ಅರ್ಥ : যি উদ্বিগ্ন নহয়
ಉದಾಹರಣೆ :
মোহনৰ জীৱন নিৰুদ্বিগ্ন
ಸಮಾನಾರ್ಥಕ : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত
ಅರ್ಥ : যাৰ চিত্ত স্থিৰ
ಉದಾಹರಣೆ :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
ಸಮಾನಾರ್ಥಕ : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত
ಅರ್ಥ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে
ಉದಾಹರಣೆ :
ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান