ಅರ್ಥ : যʼত প্রভাৱ থাকে
ಉದಾಹರಣೆ :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
ಸಮಾನಾರ್ಥಕ : প্রভাৱশালী
ಅರ್ಥ : যাৰ বল বা শক্তি আছে
ಉದಾಹರಣೆ :
অশোক এজন শক্তিশালী ৰজা আছিল তেওঁ ্জোৰদাৰ অভিনয় কৰিলে
ಸಮಾನಾರ್ಥಕ : জোৰদাৰ
ಅರ್ಥ : যাৰ বহুত বেছি প্রতাপ থাকে
ಉದಾಹರಣೆ :
ৰাবন এজন প্রতাপী ৰজা আছিল
ಸಮಾನಾರ್ಥಕ : প্রতাপশালী, প্রতাপী, বিক্রমী
ಅರ್ಥ : অত্যন্ত পৰাক্রমী
ಉದಾಹರಣೆ :
চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
ಸಮಾನಾರ್ಥಕ : অপ্রতিহত, বিক্রমশালী, শক্তিমন্ত, ্দুর্জয়, ্পৰাক্রমী