ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : প্রাণবায়ু উৰি যোৱা শৰীৰ
ಉದಾಹರಣೆ : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়
ಸಮಾನಾರ್ಥಕ : ভেল, মৃতদেহ, মৰা শ, মৰাশ, লাচ, শৱ, শৱ দেহ
ಅರ್ಥ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
ಉದಾಹರಣೆ : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
ಸಮಾನಾರ್ಥಕ : শতক
ಅರ್ಥ : নব্বৈ আৰু দহ
ಉದಾಹರಣೆ : এই সন্মিলনখনত প্রায় এশজন বিদ্বানে অংশগ্রহণ কৰিছে
ಸಮಾನಾರ್ಥಕ : এশ, পাঁচ কুৰি, ১০০
ಅರ್ಥ : গণনাত এশ বা এশ সংখ্যক
ಉದಾಹರಣೆ : আপুনি মহাত্মাজীক লগ কৰা শততম ব্যক্তি
ಸಮಾನಾರ್ಥಕ : শততম
ಸ್ಥಾಪನೆ