ಅರ್ಥ : প্রধানতঃ জনসাধাৰণৰ মঙ্গলৰ কাৰণে কৰা ৰাজ্যৰ সেৱা বা চাকৰি
ಉದಾಹರಣೆ :
পুলিচ, ন্যায়াধীশ আদিক লোকসেৱাৰ কাৰণে নিযুক্ত কৰা হয়
ಸಮಾನಾರ್ಥಕ : জনসেৱা
ಅರ್ಥ : জনসাধাৰণৰ হিত অথবা উপকাৰৰ কাৰণে সেৱাভাৱেৰে কৰা কাম
ಉದಾಹರಣೆ :
মাদাৰ টেৰেচাই নিজৰ সমগ্র জীৱন লোকসেৱাত অতিবাহিত কৰিলে
ಸಮಾನಾರ್ಥಕ : জনসেৱা