ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লোক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লোক   বিশেষ্য

ಅರ್ಥ : এজনতকৈ অধিক ব্যক্তি

ಉದಾಹರಣೆ : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত

ಸಮಾನಾರ್ಥಕ : জনগণ, জনতা, জনমানস

ಅರ್ಥ : পৃথিৱীত থকা লোক

ಉದಾಹರಣೆ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

ಸಮಾನಾರ್ಥಕ : জগত, জনতা, জনসাধাৰণ, বিশ্ব, সংসাৰ, ৰাইজ

ಅರ್ಥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ಉದಾಹರಣೆ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

ಸಮಾನಾರ್ಥಕ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, সংসাৰ, সৃষ্টি

ಅರ್ಥ : মনুষ্য জাতি বা সমূহৰ মাজৰ কোনো এজন

ಉದಾಹರಣೆ : সকলো ব্যক্তিৰে পচন্দ বেলেগ-বেলেগ হয় এই গাড়ীখনত মাথোন দুজন ব্যক্তিহে বহিব পাৰিব

ಸಮಾನಾರ್ಥಕ : জন, ব্যক্তি, মানুহ

ಅರ್ಥ : নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণে সকলো প্রাণীৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা সেই দ্বি-পদী প্রাণী যাৰ ভিতৰত আমি, আপুনি আৰু সকলোৱেই পৰোঁ:মানুহ নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণেই সকলো প্রাণীতকৈ শ্রেষ্ঠ

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : ইনসান, জন, নৰ, নৰ-মনিচ, মনিচ, মনুজ, মনুষ্য, মর্ত্ত্য, মানুহ, মানৱ