ಅರ್ಥ : খোৰাই খোৰাই খোজকঢ়া অৱস্থা
ಉದಾಹರಣೆ :
আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
ಸಮಾನಾರ್ಥಕ : পেঙ্গুচিয়া, লেকেচিয়া
ಅರ್ಥ : যিজনৰ হাত বা ভৰিত বিকৃতি আছে
ಉದಾಹರಣೆ :
চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
ಸಮಾನಾರ್ಥಕ : লেঙ্গেৰা
ಅರ್ಥ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
ಉದಾಹರಣೆ :
লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
ಸಮಾನಾರ್ಥಕ : খোৰা
ಅರ್ಥ : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে
ಉದಾಹರಣೆ :
লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
ಅರ್ಥ : যাৰ এটা ভৰি ভাঙিল
ಉದಾಹರಣೆ :
লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল