ಅರ್ಥ : অনুচিতভাৱে লোৱা
ಉದಾಹರಣೆ :
আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে
ಅರ್ಥ : কাৰোবাক অত্যধিক খৰচ কৰোৱা
ಉದಾಹರಣೆ :
সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে
ಅರ್ಥ : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য
ಉದಾಹರಣೆ :
আমাৰ চহৰত এজন মহাজনক লুটিলে
ಸಮಾನಾರ್ಥಕ : লুটপাত কৰা