ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : অক্ষৰ বর্ণৰ চিহ্ন
ಉದಾಹರಣೆ : এই শিলটোৰ ওপৰত ব্রাহ্মীলিপিত কিবা লিখা হয়
ಅರ್ಥ : লিখা কামত ব্যৱহৃত শৈলী
ಉದಾಹರಣೆ : বিশ্বত বিভিন্ন প্রকাৰৰ লিখন শৈলী পোৱা যায়
ಸಮಾನಾರ್ಥಕ : অক্ষৰশৈলী, লিখন শৈলী, লিপি শৈলী
ಅರ್ಥ : চিহ্নৰ দ্বাৰা ধ্বনি বা কোনো বিষয়ৰ লিখিত ৰূপক ব্যক্ত কৰা বিশেষ পদ্ধতি
ಉದಾಹರಣೆ : হিন্দী ভাষা দেৱনাগৰী লিপিত লিখা হয়
ಸ್ಥಾಪನೆ