ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ওকণীৰ কণী
ಉದಾಹರಣೆ : তাইৰ চুলিত লেখি ওকণী হৈছে
ಸಮಾನಾರ್ಥಕ : ফুটনি, লেখি
ಅರ್ಥ : লিপিৰ ৰূপত লিখা কার্য
ಉದಾಹರಣೆ : ইতিহাসৰ বেছিভাগ ঘটনাৰ লিপিবদ্ধ কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : লিপিবদ্ধ
ಅರ್ಥ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো
ಸಮಾನಾರ್ಥಕ : লিপিবদ্ধ কৰা
ಅರ್ಥ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা
ಉದಾಹರಣೆ : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে
ಸಮಾನಾರ್ಥಕ : কপি কৰা, টোকা, নকল কৰা
ಅರ್ಥ : খাটা, কাগজ আদিত লিখোৱা
ಉದಾಹರಣೆ : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে
ಸಮಾನಾರ್ಥಕ : ভৰোৱা, লিখোৱা
ಸ್ಥಾಪನೆ