ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
ಉದಾಹರಣೆ : কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
ಸಮಾನಾರ್ಥಕ : প্রলোভন
ಅರ್ಥ : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
ಉದಾಹರಣೆ : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
ಸಮಾನಾರ್ಥಕ : প্রলোভ, মোহ, লালচ, লিপ্সা, লোভ
ಅರ್ಥ : প্রবল অভিলাষ বা তীব্র ইচ্ছা
ಉದಾಹರಣೆ : মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল
ಸ್ಥಾಪನೆ