ಅರ್ಥ : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা
ಉದಾಹರಣೆ :
তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে
ಸಮಾನಾರ್ಥಕ : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা
ಅರ್ಥ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
ಉದಾಹರಣೆ :
এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
ಸಮಾನಾರ್ಥಕ : পোৱা
ಅರ್ಥ : প্রাপ্ত হোৱা বা পোৱা কার্য
ಉದಾಹರಣೆ :
তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো
ಸಮಾನಾರ್ಥಕ : পোৱা, প্রাপ্তি ঘটা