ಅರ್ಥ : লাটভিয়াৰ লোকসকলৰ ভাষা
ಉದಾಹರಣೆ :
তোমাৰ বাবে লাটভিয়ান শিকি লোৱা ভাল হʼব
ಸಮಾನಾರ್ಥಕ : লাটভিয়ান ভাষা
ಅರ್ಥ : লাটভিয়াৰ অধিবাসী
ಉದಾಹರಣೆ :
সন্মিলনখনিৰ শুভাৰম্ভ লাটভিয়াবাসীকেইজনে কৰিলে
ಸಮಾನಾರ್ಥಕ : লাটভিয়া বাসী, লাটভিয়া-বাসী, লাটভিয়াবাসী
ಅರ್ಥ : লাটভিয়া সম্বন্ধী বা লাটভিয়াৰ
ಉದಾಹರಣೆ :
ইয়ান লাটভিয়ান কলাৰ প্রদর্শনী চলিছে
ಅರ್ಥ : লাটভিয়ান ভাষা সম্বন্ধী বা লাটভিয়ান ভাষাৰ
ಉದಾಹರಣೆ :
লাটভিয়ান সংবাদ পত্রত ছপা হোৱা সংবাদৰ ওপৰত চর্চা চলি আছে