ಅರ್ಥ : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা
ಉದಾಹರಣೆ :
কাগজখন কাঠডালত লাগি ধৰিল
ಸಮಾನಾರ್ಥಕ : আঁট ্খোৱা
ಅರ್ಥ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
ಉದಾಹರಣೆ :
মোৰ ডিঙিটো টানি ধৰিছে
ಸಮಾನಾರ್ಥಕ : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা
ಅರ್ಥ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
ಉದಾಹರಣೆ :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
ಸಮಾನಾರ್ಥಕ : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা