ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
ಉದಾಹರಣೆ : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
ಸಮಾನಾರ್ಥಕ : কামী, কামুক, বিষয়ী, ভোগী
ಅರ್ಥ : যাৰ কামবাসনা বহুত
ಉದಾಹರಣೆ : তেওঁ এজন ্কামুক ব্যক্তি
ಸಮಾನಾರ್ಥಕ : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, কামুক, বিষয়ী, ভোগী, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
ಅರ್ಥ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লুচ্ছা
ಅರ್ಥ : যি ব্যভিচাৰ কৰে
ಉದಾಹರಣೆ : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
ಸಮಾನಾರ್ಥಕ : কামী, কামুক, খেচেৰা, খেচৰ, ব্যভিচাৰী, লুচ্ছা
ಸ್ಥಾಪನೆ