ಅರ್ಥ : লগোৱা কার্য
ಉದಾಹರಣೆ :
গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী
ಅರ್ಥ : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য
ಉದಾಹರಣೆ :
দূৰভাষ লগাওতে অধিক সময় নালাগিব
ಅರ್ಥ : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়
ಉದಾಹರಣೆ :
তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা
ಅರ್ಥ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
ಉದಾಹರಣೆ :
লতাই কুর্তাটোত বুটাম লগাই আছে
ಸಮಾನಾರ್ಥಕ : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা
ಅರ್ಥ : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা
ಉದಾಹರಣೆ :
সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে
ಸಮಾನಾರ್ಥಕ : খটোৱা
ಅರ್ಥ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
ಉದಾಹರಣೆ :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
ಸಮಾನಾರ್ಥಕ : অভিলেপ কৰা, চৰোৱা
ಅರ್ಥ : কোনো সঠিক ঠাইত উপনীত কৰোৱা
ಉದಾಹರಣೆ :
ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি
ಅರ್ಥ : কার্যত সংলগ্ন কৰোৱা
ಉದಾಹರಣೆ :
এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে
ಅರ್ಥ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
ಉದಾಹರಣೆ :
সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
ಸಮಾನಾರ್ಥಕ : ওলোমাই থোৱা
ಅರ್ಥ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
ಉದಾಹರಣೆ :
হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
ಸಮಾನಾರ್ಥಕ : লেপন লগোৱা, সনা
ಅರ್ಥ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
ಉದಾಹರಣೆ :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
ಸಮಾನಾರ್ಥಕ : ব্যৱস্থিত কৰা, সজোৱা
ಅರ್ಥ : ছাতি, চছমা আদি ধাৰণ কৰা
ಉದಾಹರಣೆ :
আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়
ಸಮಾನಾರ್ಥಕ : ধাৰণ কৰা
ಅರ್ಥ : বিনিয়োগ কৰা
ಉದಾಹರಣೆ :
তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে
ಸಮಾನಾರ್ಥಕ : খটুৱা, বিনিয়োগ কৰা
ಅರ್ಥ : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য
ಉದಾಹರಣೆ :
কামিজত বুটাম লগাই দিয়া
ಸಮಾನಾರ್ಥಕ : লগাই দিয়া