ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লক্ষণ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লক্ষণ   বিশেষ্য

ಅರ್ಥ : সামান্য শাৰীৰিক অৱস্থা বা ক্রিয়াত ৰোগীৰ অনুভৱ হোৱা সেই পৰি্ৱর্তনবোৰ আৰু যিবোৰ কোনো কোনো ৰোগৰ সূচক হয়

ಉದಾಹರಣೆ : টাইফয়ডৰ লক্ষণ যেন লাগিছে

ಸಮಾನಾರ್ಥಕ : ৰোগৰ লক্ষণ

ಅರ್ಥ : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়

ಉದಾಹರಣೆ : সকলো বস্তুৰে কিছুমান লক্ষণ থাকে

ಸಮಾನಾರ್ಥಕ : গুণ

ಅರ್ಥ : কোনো বিশেষ কামৰ আৰম্ভণিতে দেখা দিয়া শুভ বা অশুভ চিন

ಉದಾಹರಣೆ : মহিলাৰ বাঁওচকু লৰিলে শুভ লক্ষণ হোৱাৰ বিপৰীতে পুৰুষৰ বাঁওচকু লৰিলে অশুভ লক্ষণ বুলি বিশ্বাস কৰা হয়

ಸಮಾನಾರ್ಥಕ : পূর্বাভাস