ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি ধৰণে
ಉದಾಹರಣೆ : আপুনি যেনেকৈ লʼৰাটোক গালি পাৰি আছে, এইটো উচিত হোৱা নাই
ಸಮಾನಾರ್ಥಕ : যি ধৰণে, যি প্রকাৰে
ಅರ್ಥ : যি ধৰণে সম্ভৱ হয়
ಉದಾಹರಣೆ : যেনেদৰেই হওক মোৰ কামটো কাইলৈ হৈ যাব লাগিব
ಸಮಾನಾರ್ಥಕ : যেনে ধৰণে, যেনেদৰে
ಅರ್ಥ : যি ক্রমেৰে
ಉದಾಹರಣೆ : যেনেদৰে পৰীক্ষাৰ সময় চমু চাপি আহিল তেনেদৰে, ভয় ভাবো বাঢ়ি আহিল
ಸಮಾನಾರ್ಥಕ : যিদৰে, যেনেদৰে
ಸ್ಥಾಪನೆ