ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ধর্মীয় বিশ্বাস অনুসৰি পাপী বা দুৰাচাৰীৰ আত্মাই শাস্তি ভোগকৰা ঠাই
ಉದಾಹರಣೆ : পাপীবিলাকে মৃত্যুৰ পিচত নৰকত স্থান পায়
ಸಮಾನಾರ್ಥಕ : জহন্নাম, দোখজ, নর্ক, নৰক
ಅರ್ಥ : যি লোকলৈ মানুহ মৃত্যুৰ পিছত যায়
ಉದಾಹರಣೆ : কোৱা হয় যে নৰক চতুদর্শীৰ দিনা যমলোকৰ দুৱাৰ খোলা থাকে
ಸಮಾನಾರ್ಥಕ : মৃত্যুলোক, যমলোক
ಸ್ಥಾಪನೆ