ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি কোনো কাম কৰিবৰ বাবে সমর্থ
ಉದಾಹರಣೆ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
ಸಮಾನಾರ್ಥಕ : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
ಅರ್ಥ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
ಅರ್ಥ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
ಉದಾಹರಣೆ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
ಸಮಾನಾರ್ಥಕ : ঠিক, সঁ্চা, সত্য
ಅರ್ಥ : যিটো বাস্তৱত আছে বা হৈছে
ಉದಾಹರಣೆ : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ
ಸಮಾನಾರ್ಥಕ : অকল্পিত, অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, প্রকৃত, বাস্তৱ, বাস্তৱিক, লৌকিক, সঁ্চা, সত্তাযুক্ত, সত্য, ্ পার্থিৱ
ಸ್ಥಾಪನೆ