ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মৰা   বিশেষ্য

ಅರ್ಥ : মাৰ দিয়া কার্য ্বা ভাব

ಉದಾಹರಣೆ : কাৰোবাক মাৰিবৰ কাৰণে সাহস লাগিব

ಸಮಾನಾರ್ಥಕ : প্রহাৰ কৰা

ಅರ್ಥ : এবিধ উদ্ভিদ যাৰ আঁহৰ ্ পৰা ৰচী, থৈলা, ডাঠ কাপোৰ আদি তৈয়াৰ কৰা হয়

ಉದಾಹರಣೆ : বেঙ্গলত মৰাপাটৰ খেতি বেছিকৈ হয়

ಸಮಾನಾರ್ಥಕ : মৰাপাট

মৰা   ক্ৰিয়া

ಅರ್ಥ : মৰাৰ সমান কষ্ট কৰা

ಉದಾಹರಣೆ : তেওঁ দিনে-ৰাতিয়ে যিজন ভায়েকৰ চোৱা-চিতাৰ কাৰণে মৰি আছিল, সেই ভায়েকে তেওঁক নিৰাশ কৰিলে

ಅರ್ಥ : খেলৰ কোনো গুটী বা খেলুৱৈৰ খেলৰ নিয়মানুসৰি কোনো কাৰণে খেলৰ পৰা বাহিৰ হোৱা বা পৃথক কৰা

ಉದಾಹರಣೆ : এই খেলত আমাৰ চাৰিজন লগৰীয়া মৰি থাকিল যদিও খেলত আমি জিকিলোঁ

ಅರ್ಥ : কোনো বস্তু ভিতৰলৈ ঠেলিবৰ কাৰণে তাৰ ওপৰত জোৰেৰে কৰা প্রহাৰ

ಉದಾಹರಣೆ : ৰামে মূর্তিটো লগাবৰ কাৰণে বেৰত গজাল মাৰিছে

ಅರ್ಥ : কোনো মনোবেগ, ইচ্ছা আদিৰ হেঁচি নধৰাকৈ সমানে সমানে হোৱা কার্য

ಉದಾಹರಣೆ : ঘনে-ঘনে চাহ খোৱাৰ কাৰণে মোৰ ভোক মৰি গʼল

ಸಮಾನಾರ್ಥಕ : মৰি যোৱা

ಅರ್ಥ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা

ಉದಾಹರಣೆ : পুলিচে চোৰটোক লাঠিৰে মাৰিছে

ಸಮಾನಾರ್ಥಕ : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা

ಅರ್ಥ : জীৱনৰ অন্ত পেলোৱা কার্য

ಉದಾಹರಣೆ : সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে

ಸಮಾನಾರ್ಥಕ : জীৱন লোৱা, প্রাণ বায়ু উৰোৱা, প্রাণ লোৱা, বধ কৰা, সংহাৰ কৰা, হত্যা কৰা, হনন কৰা