ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ কান্তি মাৰ গৈছে
ಉದಾಹರಣೆ : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল
ಸಮಾನಾರ್ಥಕ : অনুজ্জ্বল, নিষ্প্রভ, মলিন, স্তিমিত
ಅರ್ಥ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
ಉದಾಹರಣೆ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
ಸಮಾನಾರ್ಥಕ : অন্যমনস্ক, উদাস, বিৰক্ত
ಅರ್ಥ : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে
ಉದಾಹರಣೆ : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে
ಸಮಾನಾರ್ಥಕ : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, নিস্তেজ, মলীন, মোলান, শেতা
ಸ್ಥಾಪನೆ