ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : দবাখেলৰ কোনো গুটি
ಉದಾಹರಣೆ : তেওঁ বহুত ্চেষ্টা কৰি নিজৰ মোহৰাটো বচালে
ಅರ್ಥ : অংকিত ৰেখা, দাগ, চিহ্ন আদিক এনেদৰে ঘঁ্হা যাতে ই থাকি নাযায়
ಉದಾಹರಣೆ : শিক্ষকে ব্লেকবʼর্ডত লিখা আখৰবোৰ ডাস্তাৰে মোহাৰি আছে
ಅರ್ಥ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া
ಅರ್ಥ : ঘঁহি-পিহি ধূলি বা ময়লা আদি চফা কৰা কার্য
ಉದಾಹರಣೆ : তেওঁ নতুন কাপোৰখনেৰে গাড়ী মচিছে
ಸಮಾನಾರ್ಥಕ : মচা, মজা
ಸ್ಥಾಪನೆ