ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মেৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মেৰ   বিশেষ্য

ಅರ್ಥ : ৰছী আদিত থকা পাক

ಉದಾಹರಣೆ : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়

ಸಮಾನಾರ್ಥಕ : গোঁঠনি, পাক

ಅರ್ಥ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

ಉದಾಹರಣೆ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

ಸಮಾನಾರ್ಥಕ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা

ಅರ್ಥ : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে

ಉದಾಹರಣೆ : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে

ಸಮಾನಾರ್ಥಕ : মেচ

ಅರ್ಥ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

ಅರ್ಥ : ঘূৰা কার্য ্বা অৱস্থা

ಉದಾಹರಣೆ : এই ৰাস্তাটোত বহুত মেৰ আছে

ಸಮಾನಾರ್ಥಕ : ঘেৰ

ಅರ್ಥ : যি ঠাইৰ পৰা কোনো বস্তুৱে অন্যফাললৈ গতি কৰে

ಉದಾಹರಣೆ : তাঁৰডালৰ মেৰটোত এটা জেঠী বহি আছে