ಅರ್ಥ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
ಉದಾಹರಣೆ :
তেওঁ বিচনাত চাদৰখন মেলি দিলে
ಸಮಾನಾರ್ಥಕ : পাৰি দিয়া, বিস্তাৰ কৰা, মেলা
ಅರ್ಥ : কোনো বস্তুৰ প্রসাৰিতকৰণ
ಉದಾಹರಣೆ :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
ಸಮಾನಾರ್ಥಕ : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলা