ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মেলা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মেলা   বিশেষ্য

ಅರ್ಥ : উৎসৱ-পার্বণ আদিৰ সময়ত বা বস্তু আদিৰ ক্রয়-বিক্রয় বা প্রদর্শনীৰ কাৰণে কোনো স্থানত বহুতো লোক একত্রিত হোৱা কার্য

ಉದಾಹರಣೆ : মাঘী পূর্ণিমাৰ দিনা প্রয়াগত মেলা বহে

ಅರ್ಥ : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : উছব, উৎসৱ, মহোৎসৱ, সমাৰোহ

মেলা   ক্ৰিয়া

ಅರ್ಥ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া

ಉದಾಹರಣೆ : তেওঁ বিচনাত চাদৰখন মেলি দিলে

ಸಮಾನಾರ್ಥಕ : পাৰি দিয়া, বিস্তাৰ কৰা, মেলি দিয়া

ಅರ್ಥ : কোনো বস্তুৰ প্রসাৰিতকৰণ

ಉದಾಹರಣೆ : তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে

ಸಮಾನಾರ್ಥಕ : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলি দিয়া