ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
ಉದಾಹರಣೆ : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
ಸಮಾನಾರ್ಥಕ : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মাথা, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, শিৰ
ಅರ್ಥ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
ಉದಾಹರಣೆ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
ಸಮಾನಾರ್ಥಕ : আগ, কাষ
ಅರ್ಥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ಉದಾಹರಣೆ : এই কাঁহীখনৰ কাণটো বৰ পাতল
ಸಮಾನಾರ್ಥಕ : কাণ, কাষ, কিনাৰ, প্রান্তৰ
ಅರ್ಥ : শৰীৰৰ যি অংশত মগজু থাকে
ಉದಾಹರಣೆ : মোহনৰ মূৰত চুলি নাই
ಸಮಾನಾರ್ಥಕ : মাথা, শিৰ
ಅರ್ಥ : মগজ সম্বন্ধীয়
ಉದಾಹರಣೆ : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
ಸಮಾನಾರ್ಥಕ : মগজু, মস্তিষ্ক
ಸ್ಥಾಪನೆ