ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব
ಉದಾಹರಣೆ : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে
ಅರ್ಥ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ
ಅರ್ಥ : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব
ಉದಾಹರಣೆ : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে
ಸಮಾನಾರ್ಥಕ : বিচাৰধাৰা, মূল্যবোধ
ಅರ್ಥ : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়
ಉದಾಹರಣೆ : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়
ಸಮಾನಾರ್ಥಕ : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য
ಅರ್ಥ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
ಉದಾಹರಣೆ : হীৰাৰ মূল্য জহুৰীয়েহে জানে
ಸಮಾನಾರ್ಥಕ : দাম
ಸ್ಥಾಪನೆ