ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মূল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মূল   বিশেষ্য

ಅರ್ಥ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

ಉದಾಹರಣೆ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

ಸಮಾನಾರ್ಥಕ : অর্থ, কাৰক, কাৰণ, নিমিত্ত, হেতু

ಅರ್ಥ : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ

ಉದಾಹರಣೆ : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়

ಸಮಾನಾರ್ಥಕ : পম, শিপা, শিহা, শিহৰি, শিয়া

ಅರ್ಥ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

ಉದಾಹರಣೆ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

ಸಮಾನಾರ್ಥಕ : অর্ক, আৰক, নি্র্যাস, ্সাৰ অংশ, ৰস

মূল   বিশেষণ

ಅರ್ಥ : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা

ಉದಾಹರಣೆ : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ

ಸಮಾನಾರ್ಥಕ : আধাৰ, বুনিয়াদ

ಅರ್ಥ : যিটো আৱশ্যক হয়

ಉದಾಹರಣೆ : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত

ಸಮಾನಾರ್ಥಕ : প্রধান, মুখ্য

ಅರ್ಥ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা

ಉದಾಹರಣೆ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই

ಸಮಾನಾರ್ಥಕ : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, স্থানীয়