ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মাৰিত ডাঙৰ গোলাকাৰ লাটুম লগোৱা থকা এবিধ প্রাচীন অস্ত্র
ಉದಾಹರಣೆ : ভীম গদা চালনত নিপুণ আছিল
ಸಮಾನಾರ್ಥಕ : গদা, মুষল
ಅರ್ಥ : ব্যায়াম কৰোতে ব্যৱহাৰ কৰা কাঠেৰে বনোৱা দীঘল, গোলাকাৰ আৰু এফালে মুঠি মাৰি ধৰিব পৰা আহিলা
ಉದಾಹರಣೆ : পালোৱানজনে মুদ্গৰেৰে কচৰত কৰি আছে
ಸ್ಥಾಪನೆ