ಅರ್ಥ : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা
ಉದಾಹರಣೆ :
ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে
ಸಮಾನಾರ್ಥಕ : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা
ಅರ್ಥ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
ಉದಾಹರಣೆ :
মাছবোৰ জালৰ পৰা এৰাই গʼল
ಸಮಾನಾರ್ಥಕ : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা