ಅರ್ಥ : জীৱৰ জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হোৱা অৱস্থা
ಉದಾಹರಣೆ :
সৎ লোকৰ মোক্ষ প্রাপ্তি হয়
ಸಮಾನಾರ್ಥಕ : কৈৱল্য, চিৰনিবৃত্তি, নি্র্বাণ, পৰমগতি, পৰমপদ, পৰমার্থ, পৰিনি্র্বাণ, মহানি্র্বাণ, মোক্ষ, মোক্ষপদ
ಅರ್ಥ : মুক্ত হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
কালিলৈ মাধৱক জেলৰ পৰা মুক্তি দিয়া হʼব
ಸಮಾನಾರ್ಥಕ : বন্ধনহীনতা