ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পাতল হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : চিফনৰ কাপোৰ মিহি হয়
ಸಮಾನಾರ್ಥಕ : পাতল
ಅರ್ಥ : যʼত কলা নিপুণতা বা সূক্ষ্মতা ফুটি উঠে
ಉದಾಹರಣೆ : ৰেচমী কুর্তাটোত মিহি চিলাই কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : সূক্ষ্ম
ಅರ್ಥ : যাৰ স্থূলতা বা ব্যাস কম
ಉದಾಹರಣೆ : এই কাপোৰখন বৰ পাতল
ಅರ್ಥ : উচ্চ আৰু তীব্র শ্্ব্দ
ಉದಾಹರಣೆ : শীলাৰ মাতটো বহুত মিহি
ಸಮಾನಾರ್ಥಕ : মিহি মাত
ಅರ್ಥ : যিটো খহটা নহয়
ಉದಾಹರಣೆ : বাঢ়ৈজনে পাটচটা মিহি কৰি আছে
ಸಮಾನಾರ್ಥಕ : নিমজ
ಅರ್ಥ : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
ಉದಾಹರಣೆ : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
ಸಮಾನಾರ್ಥಕ : মধুৰ, মিঠা, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
ಸ್ಥಾಪನೆ