ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এটা বস্তুত আন বস্তু বা বিভিন্ন বস্তু ঢালি সকলো একেলগ কৰা
ಉದಾಹರಣೆ : গোৱালে গাখীৰত পানী মিহলায় দোকানীয়ে জালুকত অমিতাৰ গুটি মিলায়
ಸಮಾನಾರ್ಥಕ : মিলা, মিলোৱা, মিহলা
ಅರ್ಥ : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য
ಉದಾಹರಣೆ : আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ
ಸಮಾನಾರ್ಥಕ : ঘোলা, মিশ্রিত কৰা, মিহলি কৰা, সংমিশ্রিত কৰা
ಸ್ಥಾಪನೆ