ಅರ್ಥ : এটা বস্তুৰ লগত আন বস্তু মিলি এক হোৱা
ಉದಾಹರಣೆ :
ইয়াত বিভিন্ন প্রকাৰৰ শস্য মিহলি হৈ আছে
ಸಮಾನಾರ್ಥಕ : মিক্স হোৱা, মিলি থকা, মিহল হোৱা, লগ-লাগি থকা
ಅರ್ಥ : কিহবাৰ সৈতে মিলি থকা কার্য
ಉದಾಹರಣೆ :
তেল পানীত কেতিয়াও নিমিহলে
ಸಮಾನಾರ್ಥಕ : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি কৰা, সংমিশ্রিত হোৱা