ಅರ್ಥ : এবিধ মিঠা কন্দ বা মূল
ಉದಾಹರಣೆ :
ব্রত পালন কৰিলে মিঠা আলুক ফল হিচাপে খোৱা হয়
ಸಮಾನಾರ್ಥಕ : মিঠাআলু
ಅರ್ಥ : মাটিত বগাই যোৱা এবিধ লতাগছ, যাৰ কন্দ খাবলৈ মিঠা
ಉದಾಹರಣೆ :
মিঠাআলুৰ খেতিডৰাত খেতিয়কজনে কীটনাশক ঔষধ ছটিয়াই আছে
ಸಮಾನಾರ್ಥಕ : মিঠাআলু, মিঠাআলুৰ গছ